अर्थ : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি
							उदाहरण : 
							ডাকোৱালে সদায় চাৰি বজাত ডাক আনে
							
पर्यायवाची : পোষ্ট
अर्थ : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা
							उदाहरण : 
							মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ
							
अर्थ : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য
							उदाहरण : 
							মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ