अर्थ : নেদাৰলেণ্ডৰ নিবাসী
							उदाहरण : 
							সেই ওলন্দাজজনক গুপ্ত বিমানৰ দ্বাৰা অনা হৈছিল
							
पर्यायवाची : ওলন্দাজ, নেদাৰলেণ্ডবাসী, হলেণ্ডবাসী
अर्थ : নেদাৰলেণ্ডত কোৱা ভাষা
							उदाहरण : 
							ডাচ নেদাৰলেণ্ডৰ বাহিৰেও অন্য দেশতো কোৱা হয়
							
पर्यायवाची : ওলন্দাজ ভাষা, ডাচ ভাষা
अर्थ : নেদাৰলেণ্ডৰ বা নেদাৰলেণ্ড সম্বন্ধী
							उदाहरण : 
							আমি ডাচ সংগ্রহালয় চাৰলৈ গʼলো
							
अर्थ : ডাচ ভাষাৰ বা ডাচ ভাষা সম্বন্ধী
							उदाहरण : 
							তেওঁৰ ্ডাচ ৰচনাবোৰক সুৰক্ষিতকৈ ৰখা হৈছে