अर्थ : লিবিয়াত প্রচলিত মুদ্রা
							उदाहरण : 
							তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে
							
पर्यायवाची : লিবিয়ান ডিনাৰ
अर्थ : টিউনিছিয়াত প্রচলিত মুদ্রা
							उदाहरण : 
							তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?
							
पर्यायवाची : টিউনিছিয়ান ডিনাৰ
अर्थ : আলজেৰিয়াত প্রচলিত মুদ্রা
							उदाहरण : 
							তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে
							
पर्यायवाची : আলজেৰিয়ান ডিনাৰ
अर्थ : ইৰাকত প্রচলিত মুদ্রা
							उदाहरण : 
							আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব
							
पर्यायवाची : ইৰাকী ডিনাৰ
अर्थ : ইৰাণত প্রচলিত মুদ্রা
							उदाहरण : 
							এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল
							
पर्यायवाची : ইৰাণী ডিনাৰ
अर्थ : কুৱেইটত প্রচলিত মুদ্রা
							उदाहरण : 
							আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে
							
पर्यायवाची : কুৱেইটী ডিনাৰ
अर्थ : বাহৰেইনত চলা মুদ্রা
							उदाहरण : 
							তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী  ডিনাৰ  পঠিয়ায়
							
पर्यायवाची : বাহৰেইনী ডিনাৰ
अर्थ : জর্দানত প্রচলিত মুদ্রা
							उदाहरण : 
							তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে
							
पर्यायवाची : জর্দানিয়ান ডিনাৰ