अर्थ : ঢিলা হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
							
पर्यायवाची : শিথিলতা
अर्थ : যিটো বেছি গাঢ় নহয়
							उदाहरण : 
							দৈখিনি ঢিলাকৈ বান্ধিলে
							
अर्थ : ঠেক বা কচি বা টানি নবন্ধা
							उदाहरण : 
							মোহনে ঢিলা কাপোৰ পিন্ধে
							
अर्थ : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
							उदाहरण : 
							ৰছীডাল ঢিলা  হৈ গʼল
							
अर्थ : যিটো ভালদৰে বন্ধা বা লগা নাই
							उदाहरण : 
							এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে