अर्थ : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম
							उदाहरण : 
							চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল
							
पर्यायवाची : তলা-চাবি
अर्थ : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ
							उदाहरण : 
							কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল
							
पर्यायवाची : পেচ