अर्थ : যি লিপিত তামিল ভাষা লিখা হয়
							उदाहरण : 
							তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে
							
पर्यायवाची : তামিল লিপি
अर्थ : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
							उदाहरण : 
							তেওঁলোক দুজনে তামিলত কথা পাতি আছে
							
पर्यायवाची : তামিল ভাষা
अर्थ : তামিলনাডুৰ নিবাসী
							उदाहरण : 
							ভালেমান তামিল মোৰ ভাল বন্ধু
							
अर्थ : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
							उदाहरण : 
							তামিল সাহিত্য বহুত উন্নত
							
अर्थ : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
							
अर्थ : তামিলনাডুত থকা বা বসতি কৰা
							उदाहरण : 
							তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে