अर्थ : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা
							उदाहरण : 
							গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল
							
पर्यायवाची : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, থৰহৰি কম্পমান হোৱা, পেপুৱা লগা, ভীতি-বিহ্বল হোৱা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা