अर्थ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
							उदाहरण : 
							যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
							
पर्यायवाची : থকা
अर्थ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
							उदाहरण : 
							বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
							
पर्यायवाची : ৰৈ যোৱা