अर्थ : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
							उदाहरण : 
							দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
							
अर्थ : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
							उदाहरण : 
							সুৰেশ দক্ষিণৰ অধিবাসী
							
अर्थ : দক্ষিণৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
							
पर्यायवाची : দক্ষিণী