अर्थ : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
							उदाहरण : 
							আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
							
पर्यायवाची : লাখুটি
अर्थ : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
							उदाहरण : 
							শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
							
पर्यायवाची : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
अर्थ : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
							उदाहरण : 
							আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
							
अर्थ : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
							उदाहरण : 
							কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
							
पर्यायवाची : কুমাৰৰ দণ্ড