अर्थ : দলিত ্বর্গৰ সদস্য
							उदाहरण : 
							চৰকাৰে দলিতৰ বিকাশৰ কাৰণে শক্তিশালী পদক্ষেপ লʼব লাগে
							
पर्यायवाची : দলিত ব্যক্তি
अर्थ : যাক অৱনমিত কৰি বহু তললৈ লৈ যোৱা হৈছে
							उदाहरण : 
							বিদ্রোহীয়ে পদদলিত ভাৰতীয় সমাজৰ ভিতৰি ভিতৰি সংস্কাৰ সাধন কৰিছিল
							
पर्यायवाची : পদদলিত
अर्थ : যি দৰিদ্র আৰু পীড়িত
							उदाहरण : 
							চৰকাৰে দলিত সমাজৰ বিকাশৰ কাৰণে কাম কৰা উচিত