अर्थ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
							उदाहरण : 
							আজিকালি আলুৰ দাম বহুত বাঢ়িল
							
पर्यायवाची : দৰ
अर्थ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
							उदाहरण : 
							হীৰাৰ মূল্য জহুৰীয়েহে জানে
							
पर्यायवाची : মূল্য