अर्थ : ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ গছৰ সুগন্ধি ছাল
							उदाहरण : 
							মায়ে আজি পোলাওত ডালচেনি দিবলৈ পাহৰিলে
							
पर्यायवाची : ডালচেনি
अर्थ : সুগন্ধি ছালযুক্ত একপ্রকাৰৰ গছ যাৰ ছাল মছলা হিচাপে ব্যৱহাৰ কৰা হয়
							उदाहरण : 
							কেৰেলাত দালচেনিৰ খেতি কৰা হয়