अर्थ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
							उदाहरण : 
							কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
							
अर्थ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
							उदाहरण : 
							মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
							
पर्यायवाची : দিৱস