अर्थ : আৰতিৰ সময়ত জ্বলাই লোৱা চাকিৰ সমূহ
							उदाहरण : 
							আৰতিৰ সময়ত পুজাৰীৰ এখন হাতত দীপকমালা আৰু আনখন হাতত ঘন্টা আছিল
							
पर्यायवाची : দীপকমালা
अर्थ : জ্বলি থকা দীপকৰ শাৰী
							उदाहरण : 
							দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
							
पर्यायवाची : দীপাৱলী