अर्थ : জ্বলি থকা দীপকৰ শাৰী
							उदाहरण : 
							দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
							
पर्यायवाची : দীপমালা
अर्थ : আহিন বা কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাখন ঘৰ আৰু পদূলি আদিত চাকি লগাই পালন কৰা উৎসৱ
							उदाहरण : 
							উত্তৰ ভাৰতত দেৱালী উৎসৱ উলহ-মালহেৰে পালন কৰা হয়
							
पर्यायवाची : দীপান্বিতা, দীপালী, দেৱালী