अर्थ : দৃঢ়তা সহকাৰে
							उदाहरण : 
							তেওঁ দৃঢ়তাৰে প্রহাৰ কৰিলে
							
पर्यायवाची : জোৰকৈ, জোৰেৰে, দৃঢ়তাপূর্বক, দৃঢ়ভাৱে
अर्थ : ইচ্ছা বা সংকল্পৰ সৈতে
							उदाहरण : 
							মই দৃঢ়তাৰে কৈছো যে এই কামটো কৰিহে মই স্বস্তিৰ নিশ্বাস লʼম
							
पर्यायवाची : দৃঢ়তাপূর্বক, দৃঢ়ভাৱে, নিশ্চয়তাৰে, সংকল্পসহিতে, সংকল্পৰ সৈতে