अर्थ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
							उदाहरण : 
							ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
							
पर्यायवाची : ৰাষ্ট্র
अर्थ : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি
							उदाहरण : 
							ভাৰত মোৰ দেশ
							
पर्यायवाची : গৃহভূমি