अर्थ : কোনো বস্তু আদিক নষ্ট কৰা কার্য
							उदाहरण : 
							পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
							
पर्यायवाची : নষ্ট কৰা
अर्थ : উচ্ছন্ন বা নষ্ট হোৱা
							उदाहरण : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
पर्यायवाची : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা