अर्थ : ধৰা কার্য
							उदाहरण : 
							তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
							
अर्थ : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
							उदाहरण : 
							মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
							
अर्थ : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
							उदाहरण : 
							নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
							
अर्थ : আক্রান্ত হোৱা
							उदाहरण : 
							মোৰ বেয়াকৈ পানীলগাই ধৰিছে
							
अर्थ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
							उदाहरण : 
							মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো  আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
							
पर्यायवाची : লোৱা
अर्थ : কল্পনা কৰা
							उदाहरण : 
							আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
							
पर्यायवाची : কল্পনা কৰা, ধৰি লোৱা
अर्थ : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
							उदाहरण : 
							পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
							
अर्थ : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
							उदाहरण : 
							ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে