अर्थ : নগৰৰ চোৱাচিতা বা তদাৰকী কৰা সংস্থা বিশেষ
							उदाहरण : 
							ৰমেশে নগৰপালিকাত কাম কৰে
							
पर्यायवाची : নগৰ নিগম
अर्थ : বিধিসন্মতভাৱে নি্র্বাচিত কৰা কোনো নগৰৰ প্রতিনিধিৰ সেই বিশেষ গোট যি নগৰৰ স্বাস্থ্য, শুচিতা, ৰাষ্টা, ভৱন-নি্র্মাণ, পানীযোগান আদি জনহিতকৰ কামৰ সুব্যৱস্থা কৰে
							उदाहरण : 
							মুম্বাইৰ নগৰ পালিকা ভাৰতৰ সকলোতকৈ ডাঙৰ নগৰপালিকা
							
पर्यायवाची : নগৰ পালিকা, নগৰ সমিতি, মিউনিছিপালিটী