अर्थ : এবিধ গোলাকাৰ টেঙা, ৰসাল ফল
							उदाहरण : 
							নেমুত ভিটামিন চিৰ পৰিমাণ বেছিকৈ আছে
							
अर्थ : এবিধ সৰু আকাৰৰ গোটাচানেকীয়া টেঙাজাতীয় ফল লগা গছ
							उदाहरण : 
							আমাৰ ঘৰৰ পিছফালে লগা নেমুজোপা এতিয়া লাগিবলৈ ধৰিছে
							
पर्यायवाची : লেবু