अर्थ : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
							उदाहरण : 
							ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
							
पर्यायवाची : লোম
अर्थ : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
							उदाहरण : 
							বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
							
पर्यायवाची : লোম