अर्थ : স্নাতকৰ পিছৰ ্পর্যায়ৰ পঢ়াশুনা
							उदाहरण : 
							নীলমে দর্শন্্শাস্ত্রত স্নাতকোত্তৰ কৰি আছে
							
पर्यायवाची : পিজি, পোষ্ট-গ্রেজুৱেট, স্নাতকোত্তৰ
अर्थ : স্নাতকৰ পিছৰ ্পর্যায়ৰ পাঠ্যক্রমৰ সৈতে সম্পর্কিত
							उदाहरण : 
							স্নাতকোত্তৰ ছাত্রসকলে বিশ্ববিদ্যালয়ত হুলস্থূলৰ সৃষ্টি কৰিলে
							
पर्यायवाची : পোষ্ট-গ্রেজুৱেট, স্নাতকোত্তৰ