अर्थ : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
							उदाहरण : 
							পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
							
पर्यायवाची : চানা
अर्थ : দৈ গাখীৰৰ পৰা পানীভাগ বাহিৰ কৰি তাৰ চানাখিনি জমা কৰি তৈয়াৰ কৰা একধৰণৰ গোটা খাদ্য
							उदाहरण : 
							মোৰ ছোৱালীজনীয়ে পনীৰ খাই বৰ ভাল পায়
							
पर्यायवाची : চীজ