अर्थ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
							उदाहरण : 
							বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
							
अर्थ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
							उदाहरण : 
							ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
							
पर्यायवाची : পীৰা