अर्थ : কোনো দৃশ্যপট চোৱা বা শুনাৰ কাৰণে লিখি উলিওৱা কথা বিশেষ
							उदाहरण : 
							এই চিনেমাখনৰ পাণ্ডুলিপিখন বলিষ্ঠ হৈছে
							
अर्थ : ছপাবৰ কাৰণে প্রস্তুত কৰা কিতাপ, লেখা আদিৰ হাতে লিখা প্রতিলিপি
							उदाहरण : 
							মোৰ পাণ্ডুলিপিখন ছপাবৰ কাৰণে ছপাশালত দিয়া হৈছে
							
पर्यायवाची : পাণ্ডু-লিপি