अर्थ : দীঘল বস্তু আদিৰ গুৰি অংশ বা কোনো এটা মূৰ কোনো গাঁতত থিয় কৰা কার্য
							उदाहरण : 
							খেতিয়কে গৰুবোৰ বান্ধিবৰ কাৰণে খুটি পুতি আছে
							
पर्यायवाची : পুতি থকা
अर्थ : গাঁত খান্দিলৈ তাত কোনো বস্তু ৰাখি মাটিৰে ঢাকি দিয়া কার্য
							उदाहरण : 
							ইছলাম ধর্মত শৱ ্পোতা হয়