अर्थ : কাৰোবাৰ পুত্র বা কন্যা
							उदाहरण : 
							মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য
							
पर्यायवाची : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, বেটা-বেটী, লʼৰা-ছোৱালী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান
अर्थ : কোনো জীৱ-জন্তুৰ পোৱালি
							उदाहरण : 
							কুকুৰজনীয়ে নিজৰ পোৱালিকেইটাক গাখীৰ খুৱাই আছে
							
अर्थ : ছাগলী বা ভেড়া ছাগলীৰ পোৱালি
							उदाहरण : 
							কালি ৰাতি শিয়ালে এটা ছাগলী পোৱালি লৈ গʼল
							
पर्यायवाची : ছাগলী পোৱালি
अर्थ : কুকুৰৰ পোৱালি
							उदाहरण : 
							কুকুৰজনীয়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে
							
पर्यायवाची : কুকুৰ-পোৱালি, পোৱালি কুকুৰ