अर्थ : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
							उदाहरण : 
							চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
							
पर्यायवाची : আলোকিত
अर्थ : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে
							उदाहरण : 
							শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে
							
अर्थ : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে
							उदाहरण : 
							কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে
							
पर्यायवाची : আৱিভূত, প্রকটিত, প্রস্ফূটিত
अर्थ : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
							उदाहरण : 
							প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
							
पर्यायवाची : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত