अर्थ : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি
							उदाहरण : 
							নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে
							
अर्थ : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি
							उदाहरण : 
							কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে
							
अर्थ : ঘোষণা কৰোতা
							उदाहरण : 
							আমি দুঃখিত যে ঘোষক ব্যক্তিৰ অনুপস্থিতিৰ কাৰণে সন্মিলনখনি সময়মতে আৰম্ভ কৰিব পৰা নগʼল
							
पर्यायवाची : ঘোষক
अर्थ : প্রচাৰ কৰোতা
							उदाहरण : 
							এজন প্রচাৰক নেতাই গাঁৱে-গাঁৱে ঘূৰি নিজৰ দলৰ প্রচাৰ কৰি আছে