अर्थ : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
							उदाहरण : 
							প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
							
पर्यायवाची : প্রশান্ত মহাসাগৰ
अर्थ : যাৰ চিত্ত স্থিৰ
							उदाहरण : 
							স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
							
पर्यायवाची : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত