अर्थ : যিজন ব্যক্তিয়ে বাছত টিকট দি ভাৰা আদায় কৰে
							उदाहरण : 
							কনডাক্টৰে বাছত বহি থকা যাত্রীসকলৰ টিকট কাটি আছে
							
पर्यायवाची : কনডাক্টৰ
अर्थ : যিজনে কোনো কামৰ পৰিচালনা কৰে বা গতি দিয়ে
							उदाहरण : 
							মোৰ খুৰা এই কোম্পানীটোৰ সঞ্চালক
							
पर्यायवाची : সঞ্চালক