अर्थ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
							उदाहरण : 
							তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
							
पर्यायवाची : ফলমূল
अर्थ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
							उदाहरण : 
							ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
							
पर्यायवाची : প্ৰতিফল