अर्थ : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ
							उदाहरण : 
							নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে
							
अर्थ : যʼত ফল লাগি আছে
							उदाहरण : 
							খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে
							
अर्थ : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
							उदाहरण : 
							ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে
							
पर्यायवाची : ফলদায়ী