अर्थ : ছেদ কৰা কার্য
							उदाहरण : 
							গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
							
पर्यायवाची : ছেদন
अर्थ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
							उदाहरण : 
							এই ঢোলকটো ফুটি থাকিল
							
पर्यायवाची : ফুটি থকা
अर्थ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
							उदाहरण : 
							ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব