अर्थ : অপৰাধী, শত্রু আদি ধৰা কার্য
							उदाहरण : 
							পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
							
पर्यायवाची : কয়দ
अर्थ : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
							उदाहरण : 
							পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে