अर्थ : খেল-ধেমালি আদিৰে বিভিন্ন ধৰণৰ কচৰৎ কৰা, ৰচীত খোজ কাঢ়ি দেখুৱাই মানুহক আমোদ দিয়া লোক
							उदाहरण : 
							আজি আমি বাজীকৰৰ খেল চাবলৈ যাম
							
अर्थ : সাপ পোহা আৰু নচুৱা ব্যক্তি
							उदाहरण : 
							বাজীকৰে বীণা বজাই সাপ নচুৱাই আছে
							
पर्यायवाची : সাপ নচুৱাওঁ্তা