अर्थ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
							उदाहरण : 
							মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
							
पर्यायवाची : বোজা
अर्थ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
							उदाहरण : 
							খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
							
पर्यायवाची : বোজা
अर्थ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
							उदाहरण : 
							মোৰ বস্তু এতিয়াও বোজা কৰা নাই  ট্রাকত মালবস্তু বোজা কৰিলে
							
पर्यायवाची : বোজা