अर्थ : নাটক আদিত কোনো চৰিত্রৰ অভিনয়
							उदाहरण : 
							এই চিনেমাখনত অমিতাভৰ ভূমিকা অভিনৱ আছিল
							
अर्थ : কোনো কিতাপ আদিৰ আৰম্ভণিতে থকা বক্তব্য যাৰ দ্বাৰা কিতাপখনৰ বিষয়ে জানিব পাৰি
							उदाहरण : 
							এই কিতাপখনৰ ভূমিকা বহুত ভাবি-চিন্তি লিখা হৈছে
							
पर्यायवाची : অৱতৰণিকা, পাতনি, প্রস্তাৱনা, প্রাক্-কথন, প্রাক্কথন, মুখবন্ধ