अर्थ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
							उदाहरण : 
							আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
							
पर्यायवाची : দলিওৱা, নিক্ষেপ কৰা, পেলাই দিয়া
अर्थ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
							उदाहरण : 
							এই টেমাটোত সাত কিলো আটা সোমায়
							
पर्यायवाची : সোমোৱা
अर्थ : কোনো বস্তু কিহবাৰ ওপৰত দিয়া
							उदाहरण : 
							লʼৰাটোৱে মুখত কলমটো ভৰালে
							
अर्थ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
							उदाहरण : 
							পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
							
पर्यायवाची : ভৰা