अर्थ : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
							उदाहरण : 
							সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
							
पर्यायवाची : মণি-মাণিক্য, মাণিক
अर्थ : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন
							उदाहरण : 
							সীমাই মণিৰ মালা পিন্ধিছে
							
अर्थ : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
							उदाहरण : 
							
							
पर्यायवाची : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি