अर्थ : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা
							उदाहरण : 
							সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে
							
अर्थ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
							उदाहरण : 
							তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
							
पर्यायवाची : পৰিধি
अर्थ : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ
							उदाहरण : 
							উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে