अर्थ : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
							उदाहरण : 
							মই মালয়ালম কʼব পাৰোঁ
							
पर्यायवाची : মালায়ালম
अर्थ : মালয়ালম ভাষাৰ বা মালায়ালম ভাষাৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							এই চিনেমাখন মালয়ালম কাহিনী আধাৰত বনোৱা হৈছে