अर्थ : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
							उदाहरण : 
							ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
							
पर्यायवाची : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
अर्थ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
							उदाहरण : 
							মাছবোৰ জালৰ পৰা এৰাই গʼল
							
पर्यायवाची : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা