अर्थ : সংগীতত স্বৰগ্রামৰ বা তাৰ লগত সম্বন্ধ থকা
							उदाहरण : 
							বাদকে মুখ্য ছাবিটো হেচি দিলে  মুখ্য স্বৰগ্রাম
							
पर्यायवाची : মেজৰ
अर्थ : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
							उदाहरण : 
							যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
							
पर्यायवाची : প্রধান