अर्थ : এবিধ বগা বা ৰঙা চানেকীয়া মূলৰ পাচলি
							उदाहरण : 
							খেতিয়কে পথাৰত মূলাৰ খেতি কৰিছে
							
अर्थ : খাবলৈ মিঠা আৰু কিছু জলা লগা এক প্রকাৰৰ উদ্ভিদৰ কন্দ বা মূল
							उदाहरण : 
							তেওঁ কেঁ্চা মূলা খাই আছে
							
पर्यायवाची : মূলা গছ