अर्थ : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
							उदाहरण : 
							তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
							
पर्यायवाची : যোৰা
अर्थ : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
							उदाहरण : 
							মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
							
पर्यायवाची : যোৰা