अर्थ : লগোৱা কার্য
							उदाहरण : 
							গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী
							
अर्थ : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য
							उदाहरण : 
							দূৰভাষ লগাওতে অধিক সময় নালাগিব
							
अर्थ : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
							उदाहरण : 
							তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
							
अर्थ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
							उदाहरण : 
							লতাই কুর্তাটোত বুটাম লগাই আছে
							
पर्यायवाची : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
अर्थ : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
							उदाहरण : 
							সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
							
पर्यायवाची : খটোৱা
अर्थ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
							उदाहरण : 
							সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
							
पर्यायवाची : অভিলেপ কৰা, চৰোৱা
अर्थ : কোনো সঠিক ঠাইত উপনীত কৰোৱা
							उदाहरण : 
							ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
							
अर्थ : কার্যত সংলগ্ন কৰোৱা
							उदाहरण : 
							এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
							
अर्थ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
							उदाहरण : 
							সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
							
पर्यायवाची : ওলোমাই থোৱা
अर्थ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
							उदाहरण : 
							হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
							
पर्यायवाची : লেপন লগোৱা, সনা
अर्थ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
							उदाहरण : 
							দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
							
पर्यायवाची : ব্যৱস্থিত কৰা, সজোৱা
अर्थ : ছাতি, চছমা আদি ধাৰণ কৰা
							उदाहरण : 
							আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়
							
पर्यायवाची : ধাৰণ কৰা
अर्थ : বিনিয়োগ কৰা
							उदाहरण : 
							তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
							
पर्यायवाची : খটুৱা, বিনিয়োগ কৰা
अर्थ : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
							उदाहरण : 
							কামিজত বুটাম লগাই দিয়া
							
पर्यायवाची : লগাই দিয়া