अर्थ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
							उदाहरण : 
							কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
							
पर्यायवाची : প্রলোভন
अर्थ : প্রবল অভিলাষ বা তীব্র ইচ্ছা
							उदाहरण : 
							মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল